Assamese synonyms for Dummies

Wiki Article

আত্মজিজ্ঞাসা, আত্মদৰ্শন, আত্মবীক্ষা, আত্মানুসন্ধান৷

অন্ত্যেষ্টি, অন্ত্যেষ্টিক্ৰিয়া, কাষ্ঠ-সংস্কাৰ, খৰিদিয়া, নিৰ্হৰণ, নিৰ্হাৰ, বহ্নি-সংস্কাৰ, মৃত-সতকাৰ, শৱ-সৎকাৰ, শেষকৃত্য, শ্মশানকৃত্য, সংস্ক্ৰিয়া, সৎকাৰ৷

গাই, গাভী, ধেনু, গাই গৰু, দোগ্ধী, গবী, দুহ্য, দুগ্ধৱতী, খীৰতী৷

অজ, অদ্ৰিনাথ, অদ্ৰীশ, অনংগাৰি, অম্বিকানাথ, আশুতোষ, ইন্দুভূষণ, ইন্দুমৌলি, ঈশান, উমানন্দ, উমানাথ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কন্দুকেশ্বৰ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কৃতজ্বৰ, কেদাৰ, কৈলাসপতি, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত, গিৰীশ, গৌৰীনাথ, গৌৰীশ্বৰ, চন্দ্রচূড়, চন্দ্ৰশেখৰ, চন্দ্ৰিল, চেকিতান, জটাধাৰী, জটাধৰ, জল্পেশ্বৰ, জ্বালী, ডম্বৰুধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্ৰিনয়ন, ত্ৰিনাথ, ত্ৰিনেত্ৰ, ত্ৰিপুৰঘ্ন, ত্ৰিপুৰাৰি, ত্ৰিলোচন, ত্ৰিশূলধাৰী, ত্ৰিশূলী, দিগম্বৰ, দুৰ্গাধীশ, দুৰ্গাপতি, দুৰ্গেশ, দুৰ্গেশ্বৰ, দেৱাদিদেৱ, দেৱেশ, ধূৰ্জতি, নটশেখৰ, নটেশ্বৰ, নটৰাজ, নন্দ্যেশ্বৰ, নীলকণ্ঠ, নীলগ্ৰীৱ, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, পুৰঞ্জিৎ, পুৰভিদ, পুৰমথন, পুৰুহৰ, প্রমথনাথ, প্ৰমথেশ, ফণীধৰ, ফণীভূষণ, বহিৰেতাঃ, বাণেশ্বৰ, বিভূতিভূষণ, বিল্বেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিৰূপাক্ষ, বীৰেশ্বৰ, বুঢ়াগোসাঁই, বৃষধ্বজ, বৃষভবাহন, ব্যোমকেশ, ভূতনাথ, ভূতভাৱন, ভৃংগেশ্বৰ৷ ভৈৰৱ, ভোলা, ভোলানাথ, ভৱ, ভৱানাপতি, ভৱানীকান্ত, ভৱেশ, মহাদেৱ, মহানট, মহেশ, মহেশ্বৰ, মাৰজিৎ, মৃগাংকমৌলি, মৃগাংকশেখৰ, মৃত্যুঞ্জয়, যোগীন্দ্ৰ, যোগেশ, যোগেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, শূলী, সতীন্দ্ৰ, সতীপতি, সতীশ, সিদ্ধদেৱ, সুৰেশ্বৰ, সোমনাথ, সোমেশ্বৰ, স্মৰজিৎ, হিংগুলেশ্বৰ, হিৰণ্যৰেতাঃ, হৰ, ৰামেশ্বৰ, ৰুদ্ৰ৷

আন্তৰিক, ইষ্টান্তিক, ঘনিষ্ঠ, নিভৃত, হাৰ্দিক, সৌহাৰ্দ্যপূৰ্ণ৷

অবিদ্যা, কছবী, কামলেখা, কামৰেকা, ক্ষণবধূ, ক্ষুদ্ৰা, গণিকা, গোসৰ্পিকা, জনপদবধূ, তিৰী, দেহোপজীৱিনী, ধৰ্ষিণী, নগৰনটী, নটিনী, নটী, নাটেশৰী, পণাংগনা, পণ্যাংগনা, পতিতা, প্ৰেষণী, পৰপুষ্ট, বাৰনাৰী, বাৰবধূ, বাৰবনিতা, বাৰাংগনা, বাৰেপৈয়াতী, বেশ্যা, মাগী, যৌনকৰ্মী, লজ্জিকা, সঞ্চাৰিকা, স্পৰ্শা, হট্টবিলাসিনী, ৰণ্ডা, ৰতায়নী, ৰাজহী ৰাজহী, ৰাণ্ডী, ৰুণ্ডিকা, ৰূপাজীৱা, ৰূপোপজীৱিনী, ৰেণ্ডী৷

উদ্ভণ্ডালি, উপদ্ৰৱ, উৎপাত, টিঘিলঘিলনি, দৌৰাত্ম্য, প্ৰাদুৰ্ভাৱ৷ ওভতগোৰে নচা৷

অচ্যুত, অতলবিহাৰী, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

আভা, আভাস, আলোক, উদ্দীপ্তি, উদ্ভাস, কিৰণ, কৰ, গভস্তি, ছটা, জ্যোতি, দীপ্তি, দ্যুতি, ধৃষ্ণি, প্রদ্যোত, প্ৰদীপ্তি, প্ৰভা, বিদ্যোত, বিভা, বিভাসা, ভা, ভাতি, ভান, ভাম, ভাস, মৰীচি, ৰশ্মি, ৰুচি, ৰোচিঃ৷

অনুবদ্ধ, অন্বিত, জড়িত, প্রযুত, বিজড়িত, লিপ্ত, শ্লিষ্ট, সংযুক্ত, সংযোজিত, সংলগ্ন, সংলিপ্ত, সংশ্লিষ্ট, সংসক্ত, সক্ত, সন্নিহিত, সমাবিদ্ধ৷

অচিৰাংশু, read more অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অচলা, অজিতবল্লভা, ইন্দিৰা, কমলা, কমলালয়া, কমলাসনা, ক্ষীৰাব্ধিজা, জলনিধিজা, ধনদা, নাৰায়ণী, পদ্মা, পদ্মালয়া, পদ্মাসনা, ৰমা, লখিমী, লক্ষ্মী শতদলবাসিনী, শ্ৰী, সনাতনী, হৰিনেত্ৰনিৱাসিনী, হৰিপ্ৰিয়া৷

অতিপ্রাকৃত, অদ্ভুত, অনিয়মীয়া, অপ্রাকৃত, অস্বাভাৱিক, আচৰিত, আজব, আজগুবি, উদ্ভট, নাভূত-নাশ্ৰুত, নোহোৱা-নোপজা৷

দৰাচলতে, প্ৰকৃততে, যথাৰ্থতে, স্বৰূপতে৷

Report this wiki page